অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই

0

পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই। নগাঁৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি। নগাওঁজিলাৰ বৃহত্তৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী। বহুজনে এই স্বীকৃতিৰ বাবে নাজনীনক অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.