অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

 ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0

ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী (president of Badminton Association of India)। অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভাৰতীয় বেডমিণ্টনৰ মুৰব্বী পদত কাৰ্যনিৰ্বাহ কৰি আছে।

বিগত কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত এইবাৰ পুনৰ নতুন কমিটিৰ বাবে মনোনোয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া চলিছিল, য’ত ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সভাপতি পদত মাত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মাই মনোনোয়ন পত্ৰ দাখিল কৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰবাৰ ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। মনোনোয়ন প্ৰক্ৰিয়া পূৰ্বতে সমাপ্ত হৈছিল যদিও শুকুৰবাৰৰ গুৱাহাটীৰ ফেডাৰেচনৰ বাৰ্ষিক সভাতহে ঘোষণা কৰে নতুন কমিটিৰ বিষয়ববীয়াৰ নাম। উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰতীয় বেডমিণ্টনৰ তাৰকা খেলুৱৈ অলিম্পিক গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় খেলত সুন্দৰ খেল প্ৰদৰ্শন কৰি আহিছে।

Leave A Reply

Your email address will not be published.