অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ (Srinivasa Ramanujan) জন্মদিন পালন

0

২২ ডিচেম্বৰৰ দিনটোক প্ৰতিবছৰে ভাৰতত মেথামেটিক্স ডে হিচাপে পালন কৰা হয়। এই দিনটো মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ (Srinivasa Ramanujan) জন্মদিনত পালন কৰা হয়। মাত্ৰৰ ৩৩ বছৰ বয়সতে ৰামানুজনৰ দেহাৱসান ঘটিছিল। জীৱনৰ এই কম সময়তে তেওঁ বিশ্বক প্ৰায় ৩৫০০ গণিতীয় সূত্ৰ দি থৈ গৈছিল।

২০১২ চনত তৎকালীন প্ৰধানমন্ত্ৰী মনমোহন সিঙে শ্ৰীনিবাস ৰামানুজনৰ সন্মানাৰ্থে মেথামেটিক্স ডে হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল। ৰামানুজনৰ জন্ম ১৮৮৭ চনত তামিলনাডুত হৈছিল। অতি কম বয়সতে তেওঁ গণিত বিষয়ত ঐতিহাসিক কাম কৰিবলৈ আৰম্ভ কৰিছিল। গণিতৰ সৈতে তেওঁ ইমানেই একাত্ম আছিল যে গণিত সম্পূৰ্ণ নম্বৰ অনাৰ বিপৰীতে বাকী বিষয়ত অনুত্তীৰ্ণ হৈছিল। গণিতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক বহু সন্মানেৰে সন্মানিত কৰিছিল। লগতে গণিতৰ সৈতে জড়িত বহু সংস্থাৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ গণিত শিকিৰব বাবে কোনো বিশেষ প্ৰশিক্ষণ লোৱা নাছিল। মাত্ৰ ৩৩ বছৰ বয়সতে টিবি ৰোগত আক্ৰান্ত হৈ ২৬ এপ্ৰিলত ১০২০ত তেওঁৰ মৃত্যু হৈছিল।

Leave A Reply

Your email address will not be published.