অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

নাগালেণ্ডত পাঁচ হাজাৰ দৰ্শক বহিব পৰা সুবৃহৎ বাঁহৰ ষ্টেডিয়াম নিৰ্মাণ

0

নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ৫২ কিলোমিটাৰ নিলগৰ ফেক জিলাৰ থিপুজু গাঁৱত নগা পৰম্পৰাগত মল্লযুঁজ খেলৰ বাবে প্ৰায় ৫ হাজাৰ দৰ্শক একেলগে বহি খেল উপভোগ কৰিব পৰা বাঁহৰ ইণ্ড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছে গাওঁবাসীয়ে। বিগত ১৫ দিন ধৰি ৩০ গৰাকী শ্ৰমিক এই ২১০ ×২১০ বৰ্গ ফুটৰ বাঁহৰ বিশাল ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে ।

এই ইণ্ডোৰ ষ্টেডিয়াম নিৰ্মাণত ১০০০ ডাল বাঁহ , ৭ শ কেজি তাঁৰ , ৪৪১০০ ফুট সেউজীয়া তিৰ্পালৰ প্ৰয়োজন হৈছে । উল্লেখ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা এই বিশাল বাঁহৰ ইণ্ড’ৰ ষ্টেডিয়ামত চুকুৰী এৰিয়া নগা পৰম্পৰাগত মল্লযুঁজ অনুষ্ঠিত হয় । এই মল্লযুঁজ প্ৰতিযোগিতাত ৯ খন নগা গাঁৱৰ ৩২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.