অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

বগলীপাৰা মণ্ডল সমল কেন্দ্রৰ সৌজন্যত ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা

0

সদ্য সমাপ্ত শিক্ষক দিৱস কায্যসূচীত অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত ৰাজ্যিক কৃতি শিক্ষাগুৰু সকলক বঁটা প্ৰদান কৰা অনুষ্ঠানৰ আয়োজন কৰে। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ ধোৱাংখাইতী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছেইনকো ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। মৰিগাঁও জিলাৰ পৰা ২০২১ বৰ্ষৰ একমাত্র কৃতি শিক্ষকৰ ৰাজ্যিক বটাঁপ্ৰাপ্ত শিক্ষক মকবুল হুছেইনক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আজি বগলীপাৰা মণ্ডল সমল কেন্দ্রৰ সৌজন্যত ৰজাগাধোৱা প্ৰাথমিক বিদ্যালয়ত এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। কৃতি শিক্ষক গৰাকীক এখনি অভিনন্দন পত্ৰ, ফুলাম গামোচা, জাপি আৰু শৰাই আগবঢ়োৱা হয়।অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্হিত থাকে লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুক।চক্ৰ বিষয়া গৰাকীয়ে ভাষণ প্ৰসঙ্গত কৃতি শিক্ষক মকবুল হুছেইনৰ লগতে সভাত উপস্হিত থকা শিক্ষকসকলক উদ্দেশ্যে নিজৰ বহুমূলীয়া ভাষণৰে উৎসাহ প্ৰদান কৰে

Leave A Reply

Your email address will not be published.