অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও

0
  • শনিবাৰে তিনিচুকীয়াত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাত ঘটিল অথন্তৰ।
  • ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ এক অনুষ্ঠানৰ মাজতে সভাৰ পিছফালে থকা স্ক্ৰীণত চলিত পৰ্ণ ভিডিও।
  • তিনিচুকীয়াৰ হোটেল দা মিৰাণাত মিঠানেল যুক্ত M15 পেট্ৰলৰ উদ্বোধনী অনুষ্ঠান চলি থকাৰ মাজতে সংঘটিত হয় অঘটনটো ।
  • সভা চলি থকাৰ মাজতে মঞ্চৰ পিছফালে থকা স্ক্ৰীনত চলিল আশ্লীল ভিডিঅ’ ।
  • কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ইণ্ডিয়ান অইলৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ উপস্থিতিতে সংঘটিত হয় এই অঘটনটো ।
  • ইফালে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা উপায়ুক্তক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।
  • কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ’ল জানিব পৰা নাই যদিও ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়া জিলা আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি সভাখনত কম্পিউটাৰ পৰিচালনা কৰা কম্পিউটাৰ অপাৰেটৰগৰাকীক সোধাপোছা অব্যাহত ৰাখিছে।
Leave A Reply

Your email address will not be published.