অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল
Browsing Category

Top Stories

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও কাৰ্যসূচীৰ বাবে অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। দিনৰ ১১ বজাত কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত শান্তি, একতা আৰু উন্নয়নৰ সমাৱেশত অংশগ্ৰহণ কৰিব মোদীয়। ৫০০ কোটি টকাৰো অধিক

ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ

জগন্নাথ পুৰীৰ শংকৰাচার্য তথা বিশিষ্ট পণ্ডিত নিশ্চলানন্দ সৰস্বতী আৰু ৰাজ্যৰ প্ৰসিদ্ধ সত্ৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সাহিত্যিক, সত্ৰীয়া সংস্কৃতিৰ গৱেষক তথা পণ্ডিত প্ৰৱৰ ‘সত্ৰৰত্ন’ ড° পীতাম্বৰ দেৱগোস্বামীয়ে মঙ্গলবাৰে ডিব্ৰুগড়

চৰকাৰে পুনৰ এটা ফেচবুক একাউণ্ট আৰু ১৬ টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে

চৰকাৰে সোমবাৰে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ বাবে এটা ফেচবুক একাউণ্ট আৰু ১৬ টা ইউটিউব চেনেল (YouTube Channel blocked) নিষিদ্ধ কৰিছে। ইয়াৰে ছয়টা চেনেল পাকিস্তানৰ

৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

সকলো জল্পনা–কল্পনাৰ অৱসান। মাইক্ৰ’ব্লগিং ছচিয়েল নেটৱৰ্কিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিলে বিশ্বৰ সবাতোকৈ ধনী উদ্যোগপতি এলন মাস্কে। তেওঁৰ ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱত অৱশেষত সন্মতি প্ৰদান কৰিছে টুইটাৰ ব’ৰ্ডে। অৰ্থাৎ এইবাৰ মাস্কে টুইটাৰৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বজালে ঢোল-পেঁপা

ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) বাসগৃহত শনিবাৰে ৰঙালী বিহু উপলক্ষে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও (PM Narendra Modi) অনুষ্ঠানটোত উপস্থিত আছিল। অনুষ্ঠানটোৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। কোনে দখল কৰিব গুৱাহাটী পৌৰ নিগম। পুৱাৰে পৰা অনুষ্ঠিত হৈ থকা ভোটগণনাৰ ফলাফল অনুসৰি, শাসকীয় বিজেপিয়ে লাভ কৰিছে এইপৰ্যন্ত ঘোষণা হোৱা সৰ্বাধিক ৱাৰ্ড। পুৱা ১১ বজালৈ কোন দলে পালে কিমান

৬ ৰ পৰা ১২ বছৰ বয়সৰ শিশুসকলক টিকাকৰণৰ পৰিধিৰ অধীনলৈ অনাৰ প্ৰচেষ্টা তীব্ৰতৰ

যোৱা কেইদিনমানৰ পৰা কোৰোণাৰ ঘটনা নিৰন্তৰ ভাৱে বৃদ্ধি হৈ আহিছে। শনিবাৰে একেৰাহে চতুৰ্থ দিনৰ বাবে, দেশখনত ২০০০ৰো অধিক কোৰোণা ৰোগী পোৱা গৈছিল। এনে পৰিস্থিতিত, কোৰোণা টিকাকৰণৰ ওপৰত আকৌ এবাৰ গুৰুত্ব বৃদ্ধি পাইছে। বৃদ্ধ লোকসকলৰ টিকাকৰণৰ কাম চলি

আজি গৰু বিহু

‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…’। আজি গৰু বিহু। অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ

ত্ৰিকুট পৰ্বতৰ ৰোপৱেত আৱদ্ধ হৈ থকা পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰৰ মাজতে এটা দুৰ্ঘটনা সংঘটিত

ত্ৰিকুট পৰ্বত (Trikut Hills)ৰ ৰোপৱে (Ropeway)ত ৰাতিটো আৱদ্ধ হৈ থকা ৪৮ জন পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰৰ মাজতে এটা দুৰ্ঘটনা সংঘটিত হয়। সোমবাৰে সন্ধিয়া হেলিকপ্টাৰেৰে উদ্ধাৰৰ সময়তত এজন পৰ্যটকৰ সুৰক্ষা বেল্ট (Safety Belt) ছিগি যায়। লগে লগে

PM মোদীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনাইছে শ্বেহবাজ শ্বৰীফক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰাৰ বাবে অভিনন্দন জনায়। সোমবাৰে এক টুইটযোগে তেওঁ শ্বৰীফক অভিনন্দন জনাই কয়, "ভাৰতে সন্ত্ৰাসমুক্ত অঞ্চলত শান্তি আৰু স্থিৰতা বিচাৰে যাতে আমি আমাৰ